LIMSwiki

০১
19
০২
20
০৩
21
০৪
22
০৫
23
০৬
24
০৭
25
০৮
26
০৯
27
১০
28
১১
29
১২
30
১৩
31
১৪
01
১৫
02
১৬
03
১৭
04
১৮
05
১৯
06
২০
07
২১
08
২২
09
২৩
10
২৪
11
২৫
12
২৬
13
২৭
14
২৮
15
২৯
16
৩০
17
১৪৩০ ভাস্কৰাব্দ

কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] কাতি মাহত ৩০ দিন থাকে।[2] কাতি মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়। আহিন আৰু কাতি মাহৰ সংক্ৰাতিৰ দিনা অসমীয়া লোক সকলে কাতি বিহু উদযাপন কৰে।[3]

অন্য পঞ্জিকাত কাতিৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাঅক্টোবৰ আৰু নৱেম্বৰ হয়। কাতি অক্টোবৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু নৱেম্বৰৰ মধ্যলৈকে থাকে।[2] কাতি মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত আশ্বিন মাহ চলি থাকে।[1]

উৎসৱ পৰ্ব, দিৱস আদি

তথ্য সংগ্ৰহ