Knowledge Base Wiki

Search for LIMS content across all our Wiki Knowledge Bases.

Type a search term to find related articles by LIMS subject matter experts gathered from the most trusted and dynamic collaboration tools in the laboratory informatics industry.

আন্তঃৱিকি লিংক সম্পাদনা কৰক
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

৩ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৯৭১ - তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।
  • ২০০৬ - ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হয় য'ত কমেও ১০০০জন লোকে প্ৰাণ হেৰুৱাই।

জন্ম

  • ১৮৭৩ - অতীন্দ্ৰনাথ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৮৮৩ - ঊৰ্মিলা দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৮৮৩ - নন্দলাল বসু, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৯৩৮ - ৱাহীদা ৰহমান, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯৬ - দূতী চান্দ, ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ