Histopathology image classification: Highlighting the gap between manual analysis and AI automation
সূচী
অৱয়ব
কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।
সংজ্ঞা
শূন্যত ১ মিটাৰ দূৰত্বত ৰখা দুটা সমান আৰু একে জাতীয় আধানৰ মাজত ক্ৰিয়া কৰা স্থিতি বৈদ্যুতিক বল ৯ × ১০৯ নিউটন (9 × 109 N) হ'লে প্ৰতিটোৰ আধানক ১ কুলম্ব (1 C) বোলে। গাণিতিকভাৱে, , য'ত C আধান, A এম্পিয়াৰ আৰু s ছেকেণ্ড।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|