Cybersecurity and privacy risk assessment of point-of-care systems in healthcare: A use case approach
ৱিকিপিডিয়ালৈ আদৰণি জনাইছোঁ! যিকোনো ব্যক্তিয়ে প্ৰায় সকলো পৃষ্ঠা সম্পাদনা কৰিব পাৰে আৰু বহুতে এনে কৰিছেই।
এই পৃষ্ঠাটোত ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহী সম্পূৰ্ণ নৱাগতসকলৰ বাবে এলানি সহায়িকা পাব। ইয়াত ৱিকিপিডিয়াত বিচৰণ, মন্তব্য আৰু প্ৰবন্ধ সালসলনি কৰিবলৈ প্ৰায় সকলো প্ৰাথমিক সহায় পাব। প্ৰতিটো সহায়িকাত মাত্ৰ দহমিনিটমানত শেষ কৰিব পাৰিব, গতিকে আপুনি এঘণ্টাতে এগৰাকী পাকৈত ৱিকিপিডিয়ান হৈ পৰিব! আৰম্ভ কৰিবলৈ তলৰ বৰঙণিৰ পৰিচয়ত ক্লিক কৰক।![Link to the introduction to Wikipedia page](https://upload.wikimedia.org/wikipedia/commons/thumb/8/80/Wikipedia-logo-v2.svg/100px-Wikipedia-logo-v2.svg.png)
![](https://upload.wikimedia.org/wikipedia/commons/thumb/b/bb/Source_editor_logo.svg/160px-Source_editor_logo.svg.png)
উৎস সম্পাদনাত পৃষ্ঠাটোৰ অন্তৰ্নিহিত সংকেতবোৰ দেখা পাব আৰু ই উকা পাঠ্য ফাইলৰ দৰে কাম কৰে। লিংক আৰু আন বস্তুবোৰ এইধৰণে সহজ সংকেতৰ জৰিয়তে সূচোৱা হয়: [[পৃথিৱী]]।
![](https://upload.wikimedia.org/wikipedia/commons/thumb/1/12/VisualEditor-logo.svg/160px-VisualEditor-logo.svg.png)
দৃশ্যমান সম্পাদনাই ৱৰ্ড প্ৰচেছৰৰ দৰে কাম কৰে আৰু অন্তৰ্নিহিত সংকেতবোৰ লুকুৱাই ৰাখে। লিংক আৰু আন বস্তুবোৰ টুল্বাৰ আৰু পপ্-আপ ইণ্টাৰফেইচৰ জৰিয়তে সমাপন কৰা হয়।